মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

ইতিহাস

  • বিভাগটোৰ বিষয়ে-

    বৰ্তমানৰ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগটো (APHED) ১৯৫৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনত গ্ৰাম্য আৰু নগৰাঞ্চলত পানী যোগান আঁচনিৰ কাৰ্যকৰীকৰণ চোৱাচিতা কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী সংগঠন বুলি নামাকৰণ কৰা হৈছিল। এই জনস্বাস্থ্য কাৰিকৰী সংগঠনটো ১৯৮১ চনৰ পৰা এটা পূৰ্ণ পৰ্যায়ৰ বিভাগ হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৮৯ চনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে এটা বেলেগকৈ সচিবালয় খোলা হয়। কাৰ্যবাহী ব্যৱসায়ৰ নিয়ম মতে, নিৰাপদ আৰু খোৱাপানী যোগান ধৰা, গোটা আৰু পানীয় আৱৰ্জনানিষ্কাষণ কৰা আৰু পাৰিপাৰ্শ্বিকতাৰ স্বাস্থ্য ৰক্ষা কৰা কামৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগটো দায়ী।