মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

পানীৰ গুণাগুণৰ বিষয়ে কব লগা

অসমৰ কেইবাখনো ঠাইত পানীৰ গুণাগুণটো এটা জ্বলন্ত সমস্যা হিচাপে দেখা দিছে। আৰ্চেনিক আৰু ফ্লোৰাইড থকা অঞ্চলত এই সমস্যাটো মোকাবিলা কৰাৰ উদ্দেশ্যে আৰ্চেনিক আৰু ফ্লোৰাইড নথকা অঞ্চলৰ পৰা পাইপেৰে পানী যোগান আৰু কুঁৱা বহুওৱা কামটো পুঁজিৰ পৰ্যাপ্ততাৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যায় ক্ৰমে হাতত লবলৈ বিভাগটোৱে ব্যৱস্থা লৈছে।

মুঠ ওপৰত মোকাবিলা কৰিবলৈ হাতত লোৱা কামখিনি এনে ধৰণৰ

আৰ্চেনিকৰ উপস্থিতি থকা বাসস্থান – ২৩৫৮খন

ফ্লোৰাইড উপস্থিতি থকা বাসস্থান – ৬৩৯খন