মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

পানীৰ গুণাগুণ পৰীক্ষা কৰক

খোৱা পানীৰ উত্সৰ গুণাগুণ জানিবলৈ হলে যিকোনো মানুহে ওচৰত থকা বিভাগীয় আৰু উপ-সংমণ্ডলীয় স্তৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত যোগাযোগ কৰি খোৱাপানীখিনি জিলা পৰ্যায়ৰ পৰীক্ষাগাৰ / উপ সংমণ্ডল স্তৰৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি লব পাৰে।

নিৰ্দিষ্ট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰৰ বিষয়াই নমুনা সংগ্ৰহৰ বাবে প্ৰয়োজনীয় সহায়খিনি কৰিব। পানীৰ গুণাগুণ পৰীক্ষাৰ নিমিত্তে ধাৰ্য্য কৰা সামান্য মাচুল প্ৰযোজ্য হব।