২০১৭-১৮ বৰ্ষৰ বাবে নিৰ্দ্ধাৰিত বাজেট তলত উল্লেখ কৰা ধৰণৰঃ
ৰাজহ | মূলধন | মুঠ | |
---|---|---|---|
অনুমত | ৪৭৫৯৬.৪০ লাখ টকা | ১২১০৫৫.৪৭ লাখ টকা | ১৬৮৬৫১.৮৭ লাখ টকা |
ব্যয় | ০ | ০ | ০ |
মুখ্য শীৰ্ষ যাৰ অধীনত এই অনুদান বিভাগৰ দ্বাৰা কৰা হব তাক তলত উল্লেখ কৰা হলঃ
২২১৫ পানী যোগান আৰু অনাময় = ৪৭৫৯৬.৪০ লাখ টকা
৪২১৫ পানী যোগান আৰু অনাময়ৰ ওপৰত মূলধন ৰখা = ১২১০৫৫.৪৭