মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

লক্ষ্য আৰু অভিযান

লক্ষ্য-

বিভাগটোৰ লক্ষ্য হৈছে এখন পৰিস্কাৰ আৰু স্বাস্থ্যবান অসম, -যিখন দেশত মানুহে গাইগুটীয়াকৈ বা সামূহিকভাৱে পানী যোগান, যথোচিত স্বাস্থ্য ৰক্ষাৰ প্ৰণালী আৰু উত্তম স্বাস্থ্যসন্মত প্ৰণালীৰে জীৱনৰ ন্যায্য আৰু সু-গুণসমূহ আয়ত্ত কৰি দায়দায়িত্ব লব।

অভিযান-

পানীৰ কৰ্ম, অসম জনস্বাস্থ্য কাৰিকৰী বিভাগে বহনক্ষম নিৰাপদ পানী আৰু অনাময়ৰ সুবিধা আৰু সেৱাৰ লগতে তেওঁলোকৰ ইচ্ছা আৰু উত্পাদনৰ যোগেদি মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰা।