মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

  • কেন্দ্ৰীয় চৰকাৰে পোষকতা কৰা গ্ৰামাঞ্চলৰ বাসিন্দাৰ লগতে বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহত আঁচনিসমূহৰ নক্সা, কাৰ্যকৰীকৰণ আৰু নিৰীক্ষণ কৰা
  • সময়ে সময়ে সকলো জিলাৰ লগত কাৰয সম্পাদনৰ পুনৰীক্ষণ কৰা
  • খোৱাপানী যোগান খণ্ডত সকলো পুঁজি যোগনীয়াৰৰ বাবে আৰ. এণ্ড ডি.ৰ সূচনা, আই.ই.চি. আৰু এইচ.আৰ.ডি.ৰ কৰ্মৰাজিক সহায় কৰা।
  • জিলাসমূহলৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত গ্ৰামাঞ্চলত খোৱাপানী আৰু অনাময়ৰ সু-ব্যৱস্থা কৰা।
  • গ্ৰামাঞ্চলত নিৰাপদ খোৱাপানীৰ ব্যৱস্থা আৰু অনাময়ৰ বাবে অহোপুৰুষাৰ্থ কৰা আন সন্থা, বেচৰকাৰী সন্থা, গৱেষণা আৰু উন্নয়ন সন্থা, অসামৰিক সন্থাৰ লগত অংশীদাৰ আৰু একে সুৰত কাম কৰা।
  • জিলাসমূহৰ লগত সভা পাতি, বাৰ্তালাপ কৰি, উত্তম অভ্যাসৰ চৰ্চা আৰু নতুন উদ্ভাৱনৰ দ্বাৰা কাৰিকৰী দিশত সহায় কৰা।
  • পানী আৰু অনাময়ৰ বাবে নীতি নিৰ্দ্ধাৰণ কৰিবলৈ আন আন বিভাগলৈ যোগান ধৰা।
  • গ্ৰামাঞ্চল স্বাস্থ্য প্ৰণালীৰ বাবে উত্তম কাম কৰা সন্থা আৰু পঞ্চায়তসমূহক স্বীকৃতি দিয়া আৰু পুৰস্কৃত কৰা।