মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

জনবসতিপূৰ্ণ ঠাইত খোৱা পানীৰ অৱস্থা

জনবসতিত খোৱাপানীৰ অৱস্থা জানিবলৈ হলে ল’গ অন কৰক- http://mdws.gov.in/আৰু “NRDWP” টেবত ক্লিক কৰক। এইবাৰ  Format B1-Basic Habitation Information”ত ক্লিক কৰক। এতিয়া ইয়ে গোটেই ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মূল জনসংখ্যাৰ তথ্যৰ সাৰাংশ দিব। সন্মুখত থকা টেবলখনৰ ওপৰত ৰাজ্যখন, তাৰ পিছত জিলাখন তাৰ পিছত ব্লক নিৰ্বাচন কৰাৰ ব্যৱস্থা আছে। ৰাজ্যখন, জিলাখন আৰু ব্লকটো নিৰ্বাচন কৰাৰ পাছত ওচৰতে থকা Show লিখা বুটামটোত ক্লিক কৰক। এখন টেবল দেখা পাব- তাত পঞ্চায়তৰ নাম আৰু গাঁৱৰ সংখ্যা আৰু পঞ্চায়তবিলাকৰ নামৰ বিপৰীতে বাসিন্দাৰ সংখ্যা পাব। এবাৰ যদি হাইপাৰ লিংকড্ জনবসতিৰ নম্বৰত ক্লিক কৰে, তেন্তে ই গোটেই পঞ্চায়তখনৰে জনবসতিৰ তালিকাখন দেখুৱাব। সেই পঞ্চায়তখনৰ বিপৰীতে গাঁওবিলাক আৰু জনবসতিৰ তালিকান দেখুৱাব। জনবসতিৰ নামত ক্লিক দিয়াৰ পাছত তাতে জনবসতিৰ সম্পূৰ্ণ অৱস্থাটো দেখুৱাব, -যত সম্পদ/আঁচনি আৰু পানী যোগানৰ সেৱাৰ স্তৰৰ তথ্যও সন্নিৱিষ্ট হৈ থাকিব।