মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী

এখন জনবসতিত পানীৰ গুণাগুণ

কোনো এখন জনবসতিৰ ব্যৱহৃত পানীৰ গুণাগুণ জানিবলৈ লগ অন কৰক - http://mdws.gov.in/আৰু “NRDWP” Tabত ক্লিক অন কৰক। তাৰ পাছত “[F] Data Entry Status”ৰ ভিতৰৰ “More…..”ত ক্লিক কৰক। তাৰ পাছত “Format F10 – Entry Status Lab Testing”ত ক্লিক কৰক। এইবাৰ গোটেই ভাৰতবৰ্ষৰে ৰাজ্যসমূহৰ Entry Status Laboratory Testingৰ সাৰাংশখিনি পোৱা যাব। আগত দেখা তালিকাখনৰ ওপৰত ৰাজ্য নিৰ্বাচন কৰা, তাৰ পাছত জিলা, তাৰ পাছত ব্লক, তাৰ পাছত পঞ্চায়ত আৰু তাৰ পাছত গাঁও নিৰ্বাচন কৰাৰ ব্যৱস্থা আছে। ৰাজ্যখন, জিলাখন, ব্লক, পঞ্চায়ত আৰু গাঁওখন নিৰ্বাচন কৰাৰ পাছত ওচৰতে থকা “Show” বুটামটোতক্লিক কৰক। ইয়াতে জনবসতিৰ নামেৰে সৈতে নমুনা পৰীক্ষা কৰাৰ হাইপাৰ লিংকড সংখ্যাসমূহ পোৱা যাব। পৰীক্ষা কৰা নুমনাসমূহৰ সংখ্যাটো ক্লিক কৰিলে পানীৰ গুণাগণৰ বিশ্লেষণটো দেখা যাব।